Achievement
![]() | |
|---|---|
| প্ৰাগজ্যোতিষ প্ৰকাশন ন্যাসৰ উদ্যোগত অনুষ্ঠিত অসম ভিত্তিত আয়োজন কৰা গীতা পাঠ প্ৰতিযোগিতাত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, শুক্লাইৰ 'ক'শাখাৰ হিমতৃষ্ণা ডেকা দ্বিতীয় স্থান আৰু 'গ'শাখা নম্ৰতা আচাৰ্যই দ্বিতীয় স্থান লাভ কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।বটাঁ প্ৰাপ্ত ছাত্ৰীদুয়োগৰাকীলৈ অভিনন্দন জনালোঁ। | |
